ডিব্ৰুগড়ত ৰহস্যজনক হত্যাকাণ্ড ! উদ্ধাৰ এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃতদেহ…

- পুনৰ ডিব্ৰুগড়ত নৃশংস হত্যাকাণ্ড।
- ডিব্ৰুগড়ৰ এটা ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে দুটা মৃতদেহ।
- উদ্ধাৰ হোৱা মৃতদেহ দুটাৰ এটা পুৰুষৰ আৰু আনটো মহিলাৰ।
- পুৰুজন আছিল ঘৰটোৰ মালিক।
- মহিলাগৰাকী আছিল ভাড়াতীয়া।
- এই ৰহস্যজনক মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
- ঘৰটোৰ ভিতৰত এই পৰ্যন্ত পৰি আছে মৃতদেহ।
- ডিব্ৰুগড় মলখোবচা নামৰ ঠাইত উদ্ধাৰ হৈছে মৃতদেহ।
- দুয়োকে হত্যা কৰা বুলি সন্দেহ স্থানীয় লোকৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pb3CRw
via IFTTT
Comments
Post a Comment