বোকাজানত বিদ্যুৎ বিভাগৰ বৃহৎ অভিযান…

  • বোকাজানত বিদ্যুৎ বিভাগৰ বৃহৎ অভিযান ।
  • বিদ্যুৎ চুৰিৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে বোকাজান বিদ্যুৎ বিভাগ ।
  • বোকাজান নগৰৰ ভিন্ন স্থানত অভিযান চলালে বিদ্যুৎ বিভাগে ।
  • অভিযান কালত ধৰা পৰিছে বহু লোকৰ বিদ্যুৎ চুৰি কাণ্ড ।
  • অতি কৌশলেৰে কাৰিকৰী বুদ্ধি ব্যৱহাৰ কৰি বিদ্যুৎ চুৰি একাংশ লোকৰ ।
  • চুৰি কাৰ্য্য ধৰা পৰাৰ পিছতেই বিদ্যুৎ কৰ্তন কৰে বিদ্যুৎ বিভাগে ।
  • লগতে বহু সামগ্ৰী জব্দও কৰিছে বিদ্যুৎ বিভাগে ।
  • পানী তোলা মেচিন , ঘৰৰ AC আৰু চুৰি কাৰ্য্যত ব্যৱহৃত অন্যান্য সামগ্ৰী ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xssSGB
via IFTTT

Comments