অসমত পুনৰ ২৯৬জন কোভিড পজিটিভ, ৭জনে হেৰুৱাইছে প্ৰাণ…

কোভিড
  • অসমত পুনৰ ২৯৬জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ১১৬জন কামৰূপ মেট্ৰ’ৰ, ২৭জন কামৰূপ গ্ৰাম্যৰ, ২২জন বৰপেটাৰ আৰু ২০জন যোৰহাটৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬১০৯৪১জনলৈ পাইছে বৃদ্ধি।
  • সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৩৩৫জন লোক।
  • ইফালে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৭জনৰ মৃত্যু।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২২৮১জন ৰোগী।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3CD1HdM
via IFTTT

Comments