উপ নিৰ্বাচনৰ প্ৰথমটো ডাঙৰ খবৰ…

- উপ নিৰ্বাচনৰ প্ৰথমটো ডাঙৰ খবৰ।
- তামুলপুৰত UPPLৰ অগ্ৰগতি।
- UPPLৰ জলেন দৈমাৰীৰ অগ্ৰগতি।
- উল্লেখ্য যে, ৫ সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে ভোটগণনা।
- ৩১গৰাকী প্ৰাৰ্থীৰ ভাগ্য হব নিৰ্ণয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pUKsBi
via IFTTT
Comments
Post a Comment