হাহিঁব নে কান্দিব দেশবাসীয়েঃ ২০০০টকাৰ পাৰ হ’ল ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য…

  • মাহৰ প্ৰথমটো দিনতে এল পি জি চিলিণ্ডাৰৰ মূল্য।
  • ১৯কিঃগ্ৰাঃ ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৬৬টকা বৃদ্ধি কৰা হৈছে।
  • দিপাৱলীৰ পূৰ্বেই দেশবাসীক পুনৰ মাধমাৰ
  • দিল্লীত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হৈছেগৈ ২০০০.৫০টকা।
  • ইয়াৰ পূৰ্বে দিল্লীত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য আছিল ১৭৩৪.৫০টকা।
  • কলকাতাত এই মূল্য হৈছেগৈ ২০৭৩.৫০টকা।
  • চেন্নাইত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হলগৈ ২৯৩৩টকা।
  • ছেপ্তেম্বৰ আৰু অক্টোবৰতো বৃদ্ধি পাইছিল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।
  • ১ছেপ্তেম্বৰত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছিল ৪৩টকা
  • ১ অক্টোবৰত ইয়াৰ মূল্য বৃদ্ধি কৰা হৈছিল ৭৫টকা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nIgrC5
via IFTTT

Comments