উপ নিৰ্বাচনৰ ৫সমষ্টিত কোন দলে কেইখন আসনত কৰিছে প্ৰতিদ্বন্দ্বিতা…

  • উপ নিৰ্বাচনৰ ৫সমষ্টিত কোন দলে কেইখন আসনত কৰিছে প্ৰতিদ্বন্দ্বিতা।
  • ৫টা সমষ্টিতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছে।
  • চিপিআই-য়ে এজন, এআইইউডিএফৰ দুজন, ইউপিপিএলৰ দুজন, বিপিএফৰ এজন, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনলৰ তিনিজন প্ৰাৰ্থীয়ে কৰিছে এই উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা।
  • নেশ্যনেল ৰুট মেপ পাৰ্টীৰ এজন, অসম সংগ্ৰামী মঞ্চৰ এজন, গণ সুৰক্ষা পাৰ্টীৰ দুজন আৰু নিৰ্দলীয় ১৮জন প্ৰাৰ্থীয়ে এই ৫টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে।
  • বিজেপিৰ ৩জন প্ৰাৰ্থীৰ ৩টা সমষ্টিত আগবঢ়াইছে প্ৰাৰ্থিত্ব।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Y7ZyrJ
via IFTTT

Comments