গোসাঁইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃ অগ্নিদগ্ধ হৈ গাড়ীৰ ভিতৰতে মৃত্যু দুই চালকৰ…

- গোসাঁইগাঁৱৰ ৩১ নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
- দুখন টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ।
- দুৰ্ঘটনাৰ পাছতে জ্বলি উঠে দুয়োখন বাহন।
- অগ্নিদগ্ধ হৈ গাড়ীৰ ভিতৰতে মৃত্যু টেংকাৰ দুখনৰ চালকৰ।
- কথমপি প্রাণ ৰক্ষা এজন হেণ্ডিমেনৰ।
- দুৰ্ঘটনাগ্রস্ত টেংকাৰদুখনৰ নম্বৰ NL 01 AE 8064/MH 43 Y 7201 ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nOT1uy
via IFTTT
Comments
Post a Comment