বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ২স্কুটী আৰোহী…

- বঙাইগাঁও চিলাৰায় উৰণীয়া সেতুত নিশা পথ দুৰ্ঘটনা।
- দুৰ্ঘটনাত নিহত স্কুটাৰ আৰোহী।
- অচিনাক্ত বাহনৰ খুন্দাত নিহত দুই স্কুটাৰ আৰোহী।
- নিহত দুজন লিচুতলাৰ প্রসেনজিৎ সাহা আৰু মিথুন দাস।
- দুৰ্ঘটনাগ্রস্ত স্কুটাৰখনৰ নম্বৰ AS 19 L 3865
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3CzSrY2
via IFTTT
Comments
Post a Comment