থাওৰাত প্ৰথম ৰাউণ্ড সমাপ্তঃ ২৭৩৬টা ভোট আগবাঢ়ি আছে সুশান্ত বৰগোহাঁই…

- থাওৰাত প্ৰথম ৰাউণ্ডত আগবাঢ়ি আছে বিজেপিৰ সুশান্ত বৰগোহাঁই।
- ৪২১৫টা ভোট লাভ কৰিছে বৰগোহাঁয়ে।
- ২৭৩৬টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী।
- ইয়াৰ বিপৰীতে ৰাইজৰ দলৰ ধৈৰ্য কোৱঁৰে লাভ কৰিছে মাত্ৰ ১৪৩৯টা ভোট।
- ভৱানীপুৰত আগবাঢ়ি আছে কংগ্ৰেছ।
- মৰিয়নিত বিজেপি ৰূপজ্যোতি কূৰ্মী আগত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZO5xCA
via IFTTT
Comments
Post a Comment