কোনে মাৰিব শেষ হাঁহিঃ আজি ৫সমষ্টিৰ ফলাফল…

- কোনে মাৰিব শেষ হাঁহি। আজি ৫সমষ্টিৰ নিৰ্বাচনী ফলাফল হব ঘোষণা।
- থাওৰা, মৰিয়নি, ভৱানীপুৰ, গোসাইগাওঁ আৰু তামুলপুৰ সমষ্টিৰ ফলাফল ঘোষণা।
- পুৱা ৮বজাৰ পৰা আৰম্ভ হব ভোটগণনা।
- ৩৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব আজি।
- ৫টা সমষ্টিতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছে চিপিআই-য়ে এজন এআইইউডিএফৰ দুজন, ইউপিপিএলৰ দুজন, বিপিএফৰ এজন, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনলৰ তিনিজন, নেশ্যনেল ৰুট মেপ পাৰ্টীৰ এজন, অসম সংগ্ৰামী মঞ্চৰ এজন, গণ সুৰক্ষা পাৰ্টীৰ দুজন আৰু নিৰ্দলীয় ১৮জন প্ৰাৰ্থীয়ে এই ৫টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব।
- বিজেপিৰ ৩জন প্ৰাৰ্থীৰ ৩টা সমষ্টিত মনোনয়ন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3CDA2JU
via IFTTT
Comments
Post a Comment