উপ নিৰ্বাচনঃ ভোটগণনাৰ স্থানত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা, প্ৰতিটো কেন্দ্ৰত ৭ খনকৈ টেবুলত হ’ব গণনা…

  • ৫ টা সমষ্টিত ৭৪.০৪ শতাংশ ভোটদান সম্পন্ন হৈছিল।
  • ভৱানীপুৰ সমষ্টিত সৰ্বাধিক ৭৮ শতাংশ ভোটদান হৈছে।
  • থাওৰাত ৭৭.৫৬%, গোসাইগাঁৱত ৭৭.৩৭% ভোটদান।
  • মৰিয়নীত ৭১.৭০%, তামুলপুৰত ৬৭.৮৮% ভোটদান। 
  •  ভোটগণনাৰ স্থানত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।
  • কোভিড বিধি মানি ভোটগণনা অনুষ্ঠিত কৰাৰ নিৰ্দেশ।
  • প্ৰতিটো কেন্দ্ৰত ৭ খনকৈ টেবুলত হ’ব গণনা।
  • জয়লাভৰ পিছত শোভাযাত্ৰা উলিওৱাত নিষেধাজ্ঞা জাৰি কৰিছে।
  • জয়ৰ প্ৰমাণপত্ৰ ল’বলৈ প্ৰাৰ্থীৰ লগত যাব পাৰিব মাত্ৰ দুজন লোক।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3w6AqOw
via IFTTT

Comments