ভৱানীপুৰত ফণী তালুকদাৰ বহু ভোটত আগত! প্ৰথম ৰাউণ্ডতে ৫হাজাৰো অধিক ভোটত অগ্ৰগতি…

  • ভৱানীপুৰত প্ৰথম ৰাউণ্ডত বিপুল ভোটত আগবাঢ়ি আছে বিজেপিৰ ফণী তালুকদাৰ।
  • ফণী তালুকদাৰে লাভ কৰিছে ৫৭৫৪টা ভোট।
  • কংগ্ৰেছে লাভ কৰিছে মাত্ৰ ৫৯২টা।
  • এ আই ইউ ডি এফে লাভ কৰিছে ২০৪টা ভোট।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pZqiWW
via IFTTT

Comments