কামপুৰত গাভিনী গাই কাটি দুৰ্বৃত্তই লৈ গ’ল মাংস…

  • নগাঁৱৰ কামপুৰত তীব্ৰ উত্তেজনা।
  • কামপুৰ দলঙৰ সমীপত উদ্ধাৰ হৈছে গো মাংস।
  • মহগৰিয়াআটী দলং খনৰ সমীপত উদ্ধাৰ হোৱা গো মাংসখিনি দুজনী গাইৰ বুলি সন্দেহ কৰা হৈছে।
  • দুৰ্বৃত্তই মূৰ আৰু চাল পেলাই বাকী মাংস লৈ গৈছিল।
  • চন্দন বৰা নামৰ স্থানীয় লোক এজনৰ দুজনী গাই সন্ধানহীন হৈ আছিল।
  • সেই গাই দুজনীৰে মাংস বুলি স্থানীয় লোকে মন্তব্য কৰিছে।
  • দুদিন ধৰি চন্দন বৰাৰ গাই দুজনী সন্ধানহীন হৈ আছিল।
  • ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়া।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3bvK43U
via IFTTT

Comments