সোমবাৰে পুনৰ বাঢ়িল পেট্ৰলৰ দাম…

  • সোমবাৰে পুনৰ বাঢ়িল পেট্ৰলৰ দাম।
  • প্ৰতিলিটাৰ পেট্ৰলত বাঢ়িল ৩৫পইচাকৈ।
  • প্ৰতিলিটাৰ ডিজেলতো বৃদ্ধি পালে ৩৫পইচাকৈ।
  • দিল্লীত আজি প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হৈছেগৈ ১০৯.৬৯টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৯৮.৪২টকা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Cuav5I
via IFTTT

Comments