৮ বাজিল! আৰম্ভ হ’ল ৫সমষ্টিৰ ভোটগণনা…

- আৰম্ভ হল ৫ সমষ্টিৰ ভোটগণনা।
- থাওৰা, মৰিয়নি, ভৱানীপুৰ, গোসাইগাওঁ আৰু তামুলপুৰ সমষ্টিৰ ফলাফল ঘোষণা হব আজি।
- ৩৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব আজি।
- ৫টা সমষ্টিতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছে।
- চিপিআই-য়ে এজন, এআইইউডিএফৰ দুজন, ইউপিপিএলৰ দুজন, বিপিএফৰ এজন, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনলৰ তিনিজন প্ৰাৰ্থীয়ে কৰিছে এই উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা।
- নেশ্যনেল ৰুট মেপ পাৰ্টীৰ এজন, অসম সংগ্ৰামী মঞ্চৰ এজন, গণ সুৰক্ষা পাৰ্টীৰ দুজন আৰু নিৰ্দলীয় ১৮জন প্ৰাৰ্থীয়ে এই ৫টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে।
- বিজেপিৰ ৩জন প্ৰাৰ্থীৰ ৩টা সমষ্টিত আগবঢ়াইছে প্ৰাৰ্থিত্ব।
- ৫ টা সমষ্টিত ৭৪.০৪ শতাংশ ভোটদান সম্পন্ন হৈছিল।
- ভৱানীপুৰ সমষ্টিত সৰ্বাধিক ৭৮ শতাংশ ভোটদান হৈছে।
- থাওৰাত ৭৭.৫৬%, গোসাইগাঁৱত ৭৭.৩৭% ভোটদান।
- মৰিয়নীত ৭১.৭০%, তামুলপুৰত ৬৭.৮৮% ভোটদান।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3byp0K0
via IFTTT
Comments
Post a Comment