কোভিড সংক্ৰমণৰ তথ্য গোপনে ৰাখি ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে খেলা মহানগৰীৰ আভিজাত বিদ্যালয়ৰ…

  • ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে মহানগৰীৰ এখন আভিজাত বিদ্যালয়ে।
  • ছাত্ৰ-শিক্ষক কোভিড আক্ৰান্ত হোৱাৰ পাছতো লুকুৱাই থৈছে এই তথ্য।
  • শিক্ষক-অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক কঠোৰ নিৰ্দেশ।
  • কোভিড আক্ৰান্ত হোৱা তথ্য কৰিব নোৱাৰিব ৰাজহুৱা।
  • কোভিড আক্ৰান্ত হ’লে এই তথ্য গোপনে ৰাখি ঘৰতে থকাৰ নিৰ্দেশ।
  • গীতামন্দিৰৰ সমীপত আছে এইখন বিদ্যালয়।
  • কেইবাগৰাকী শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে কোভিডত।
  • বিদ্যালয়খনৰ অভিভাৱকসকলৰ মাজত ইয়াক লৈ সৃষ্টি হৈছে শংকাৰ।
  • কামৰূপ মহানগৰ প্ৰশাসনৰ হাততো নাই কোনো তথ্য।
  • সমগ্ৰ বিষয়টোৰ তদন্তৰ দাবী বিদ্যালয়খনৰ সচেতন অভিভাৱকৰ।
  • নিজ সন্তানৰ ভৱিষ্যতৰ কথা ভাৱি অভিভাৱকে খোলা নাই মুখ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZMkzsH
via IFTTT

Comments