UPDATES- থাওৰাত বিজেপিৰ অগ্ৰগতি, গোসাইগাঁৱত আগত আছে কংগ্ৰেছ…

- তামুলপুৰত UPPLৰ জলেন দৈমাৰীৰ অগ্ৰগতি।
- গোসাইগাঁৱত কংগ্ৰেছৰ জুলেল টুডুৰ অগ্ৰগতি।
- থাওৰাত বিজেপিৰ সুশান্ত বৰগোহাঁইৰ অগ্ৰগতি।
- বাকী দুটা সমষ্টিত চলি আছে ভোটগণনা।
- দুপৰীয়া ভাগলৈ স্পষ্ট হব কোনে মাৰিব শেষ হাঁহি।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BzNkpl
via IFTTT
Comments
Post a Comment