ভাৰত Vs নিউজিলেণ্ডঃ ১১১ ৰানৰ লক্ষ্য বান্ধি দিলে কোহলী বাহিনীয়ে…

- টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত ভাৰত।
- প্রথম বেটিং কৰাৰ পাছতে ভাৰতে ২০ অভাৰত ১১০ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
- ৭ টাকৈ উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে ১১০ৰান।
- নিউজিলেণ্ডে ২০ অভাৰত মেচখনত ১১১ ৰান কৰিলেই জয়ী হ’ব।
- ভাৰতে বেটিঙৰ সময়ত বিশেষ ভাল খেল প্ৰদৰ্শন কৰিব নোৱাৰিলে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3bp3J5s
via IFTTT
Comments
Post a Comment