দীপ্তি গোহাঁইৰ মৃত্যুত শোকৰ ছাঁ…

ডিজিটেল সংবাদ নগাঁও : ধৰ্মপ্ৰান, সৰবৰাহী মহিলা দীপ্তি গোহাইৰ পৰলোকপ্ৰাপ্তি ৷ বৃহস্পতিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে পুৰনিগুদাম ম’হপৰাৰ নিৱাসী গোহায়ে ৷
পুৰনিগুদাম ম’হপৰাৰ দীপ্তি গোহাই কিছু দিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ প্ৰয়াত অভিনেতা, নাট্যকাৰ ৰাজেন গোহাইৰ পত্নী তথা সাংবাদিক মিঠু মুগ্ধ গোহাঁইৰ মাতৃ দীপ্তি গোহাইৰ মৃত্যুত শোকৰ ছাঁ পৰিছে বৃহত্তৰ ম’হপৰাৰ লগতে পুৰনিগুদাম অঞ্চলত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/JgcFHUE
via IFTTT
Comments
Post a Comment