কাজিৰঙাৰ বাঘ হত্যাৰ লগত জড়িত ৫ জনক গ্ৰেপ্তাৰ…

  • কাজিৰঙাৰ বাঘ হত্যাৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ।
  • ৫ অভিযুক্তক গ্রেপ্তাৰ বন বিভাগৰ।
  • কহঁৰা বনাঞ্চলৰ ১নং শিলডুবি এলেকাৰ পৰা গ্রেপ্তাৰ বনবিভাগৰ।
  • গ্রেপ্তাৰ শ্যামল শুক্লবৈদ্য, হীৰা মুণ্ডা, জয়ৰাম চাওঁৰা, সঞ্জয় চাওঁৰা, ৰাজেশ গোৱালাক।
  • আটাইকেইজনক লৈ বৰ্তমান তদন্ত অব্যাহত।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Gy86a5U
via IFTTT

Comments