শোণিতপুৰৰ গুদামঘাটত ভয়ংকৰ ঘটনা…

- শোণিতপুৰৰ গুদামঘাটত ভয়ংকৰ ঘটনা।
- এজন যুৱকলৈ লক্ষ্য কৰি গুলীচালনা অসাধু ব্যৱসায়ীৰ।
- চালেহ আহমেদ নামৰ ব্যক্তিজনে গুলীয়াই সুৰজ আলীক।
- সুৰজে প্ৰত্যুত্তৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে চালেহ আহমেদক।
- দুয়োকে আটক কৰে চাৰিদুৱাৰ আৰক্ষীয়ে।
- চালেহ আহমেদৰ পৰা জব্দ .২২ পিষ্টল, ৪জাই সক্ৰিয় গুলী।
- ঘটনাত গুলীবিদ্ধ হয় সুৰজ আলী নামৰ যুৱকজন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/gGvCwtR
via IFTTT
Comments
Post a Comment