গোৱালপাৰাত চাঞ্চল্য! পত্নীক হত্যা কৰি বাসগৃহত অগ্নিসংযোগ…

  • গোৱালপাৰাৰ লক্ষীপুৰৰ ধোবাকুৰা গাঁৱত হত্যাকাণ্ড।
  • আব্দুছ ছালাম নামৰ লোকজনে পত্নীক হত্যা কৰাৰ অভিযোগ।
  • মৃত মহিলাগৰাকীৰ নাম মফিদা খাতুন।
  • হত্যাৰ পিছতে বাসগৃহত অগ্নিসংযোগ কৰে অভিযুক্ত আব্দুছে।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/VH81MOx
via IFTTT

Comments