ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত কেইবাজনো…

  • ৰূপহীহাটৰ শালপাৰাত পথ দুৰ্ঘটনা।
  • নিয়ন্ত্রণ হেৰুৱাই মটৰ চাইকেলৰ খুন্দা চাইকেল আৰোহীক।
  • দুৰ্ঘটনাত আহত তিনিজনকৈ লোক।
  • মঙলবাৰে সংঘটিত হয় এই ঘটনা।
  • আহত কেইজনক শিঙিমাৰী প্রাথমিক স্বাস্থ্য কেন্দ্রত ভৰ্তি।
  • সংকটজনক অৱস্থাত এজনক নগাঁও চিকিৎসালয়ত ভৰ্তি


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/T7gtrpw
via IFTTT

Comments