মৰিগাঁৱত অপৰাধ শাখাৰ অভিযান, জব্দ কুইণ্টল কুইণ্টল চাউল…

ডিজিটেল ডেস্ক :
- মৰিগাঁৱত অপৰাধ শাখাৰ অভিযান।
- কুশতলী সমবায় আৰু টেঙাগুৰি সমবায় সমিতিত অভিযান।
- সামগ্ৰী বিতৰণৰ লেনদেনৰ তথ্য নাই সমবায় সমিতিৰ হাতত।
- টেঙাগুৰি সমবায় সমিতিৰ পৰা জব্দ ৮৪৫ কুইন্টল চাউল।
- ৰাইজৰ বাবে আৱণ্টিত চাউল বিতৰণ নকৰাকৈ মজুতৰ অভিযোগ।
- কুশতলীত অভিযানত জব্দ ৫৩৬ কুইণ্টল চাউল।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/c4DylO3
via IFTTT
Comments
Post a Comment