ভয়ংকৰ! শিৰচ্ছেদ কৰি কটা মূৰ লৈ থানাত উপস্থিত অভিযুক্ত টুনিৰাম মাদ্রী

  • শোণিতপুৰৰ ৰঙাপৰাত ভয়ংকৰ ঘটনা।
  • কটা মূৰ লৈ ৰঙাপৰা থানাত উপস্থিত হত্যাকাৰী।
  • ৰঙাপৰাৰ দয়ালপুৰত সংঘটিত এই ভয়ংকৰ ঘটনা।
  • টুনিৰাম মাদ্রী নামৰ লোকজনে শিৰচ্ছেদ কৰিলে বইলৰ হেমৰম নামৰ এজন লোকৰ।
  • মঙলবাৰে সংঘটিত হয় এই ঘটনা।
  • বৰ্তমানলৈ হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/eq3Wgkd
via IFTTT

Comments