দিল্লীৰ বিধানসভা চৌহদত আপ বনাম বিজেপি : ওৰে নিশা প্ৰতিবাদ…

ডিজিটেল জেস্ক : সমগ্ৰ নিশা প্ৰতিবাস্থলীত পৰিণত হ’ল দিল্লীৰ বিধানসভা চৌহদ। বিজেপিৰ বিদ্ধে আম আদমী পাৰ্টিৰ নেতা-কৰ্মীৰ প্ৰতিবাদ। আনহাতে আপৰ বিৰুদ্ধে বিজেপিৰ নেতা কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী। ওৰে নিশা প্ৰতিবাদ সাব্যস্ত দুয়োটা দলৰ।
দুৰ্নীতিৰ বিৰুদ্ধে ওৰে নিশা প্ৰতিবাদ সাব্যস্ত কৰে দুয়োটি ৰাজনৈতিক দলে। আম আদমী পাৰ্টিৰ নেতা-কৰ্মীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত ধৰ্ণাত বহে। আনহাতে বিজেপি বিধায়কসকলে বিধানসভা চৌহদৰ ভিতৰত শ্বহীদ-ই-আজম ভগত সিং, ৰাজ গুৰু আৰু সুখদেৱৰ প্ৰতিমূৰ্তিৰ ওচৰত ধৰ্ণাত বহে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/AhUgDJp
via IFTTT
Comments
Post a Comment