আজি জে পি নাড্ডাই বিজেপিৰ উত্তৰ-পূব কাৰ্যালয় মুকলি কৰিব…

- আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা।
- গুৱাহাটীৰ বিজেপিৰ উত্তৰ-পূব কাৰ্যালয় মুকলি কৰিব নাড্ডাই।
- বিয়লি ৪ বজাত অসমত উপস্থিত হ’ব ৰাষ্ট্রীয় সভাপতিগৰাকী।
- বিয়লি ৪.৩০ বজাত পদ্মভৱন মুকলি কৰিব জে পি নাড্ডাই।
- মিছন-২৪ৰ লক্ষ্যৰে দুদিনীয়া ভ্রমণসূচীৰে উত্তৰ-পূবলৈ নাড্ডা।
- দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’ব জে পি নাড্ডাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BoQ7b9
via IFTTT
Comments
Post a Comment