পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ…

- পুনৰ মহানগৰীত উদ্ধাৰ হ’ল অচিনাক্ত মৃতদেহ।
- এইবাৰ মহানগৰীৰ পানীখাইটিত উদ্ধাৰ হৈছে অচিনাক্ত মৃতদেহ।
- পানীখাইটিৰ তামোলবাৰীৰ ব্রহ্মপুত্রৰ পানী জুৱলীত উদ্ধাৰ হৈছে মৃতদেহটো।
- অন্য স্থানৰ পৰা নদীৰ পানীত উটি অহাৰ সন্দেহ কিশোৰৰ মৃতদেহটো।
- ঘটনাস্থলীত উপস্থিত হৈছে পানীখাইটি আৰক্ষী।
- এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই মৃতদেহটো।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0Yg4hQU
via IFTTT
Comments
Post a Comment