ট্ৰাকৰ জৰিয়তৈ অবৈধ ভাৱে বিলাতী সুৰা সৰবৰাহঃ ২ জনক আটক…

- শ্ৰীৰামপুৰত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ সুৰা।
- এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে ৪৬ কাৰ্টুন বিলাতী সুৰা।
- আৰক্ষীয়ে জব্দ কৰিছে বিলাতী সুৰা অবৈধ ভাৱে কঢ়িওৱা ট্ৰাকখন।
- জব্দ কৰা ট্ৰাকখনৰ নম্বৰ ইউ পি ২২ এ টি৪৩২৬ ।
- আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক।
- আটকাধীন চালকজন বিহাৰৰ মুকেশ সাহানি আৰু লখিমপুৰৰ হেণ্ডিমেন শুভম কুমাৰ ঠাকুৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/TMlYIJ5
via IFTTT
Comments
Post a Comment