গুৱাহাটীত পেয়িং গেষ্টত উদ্ধাৰ যুৱতীৰ মৃতদেহ…

- গুৱাহাটীত পেয়িং গেষ্টত বহিৰাজ্যৰ যুৱতীৰ ৰহস্য জনক মৃত্যু।
- উলুবাৰীৰ হৰবালা পথত দেওবাৰে সন্ধিয়া ৫ বজাত এই ঘটনা।
- পিজিটোৰ বাথৰোমত উদ্ধাৰ হয় যুৱতী গৰাকীৰ মৃতদেহ।
- যুৱতী গৰাকীৰ ঘৰ ৱেষ্টবেংগলৰ আলিপুৰ দুৱাৰত বুলি জানিব পৰা গৈছে।
- যুৱতী গৰাকীৰ বয়স আনুমানিক ২১ বছৰ।
- যুৱতী গৰাকীয়ে গুৱাহাটীত নাৰ্চিং কৰি আছিল বুলি জানিব পৰা গৈছে।
- পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ।
- প্ৰাথমিক অৱস্থাত যুৱতী গৰাকীয়ে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OcoRpMJ
via IFTTT
Comments
Post a Comment