পানীখাইতিত আৰক্ষীৰ জালত এটা গভাইত চোৰ

  • পানীখাইতিত আৰক্ষীৰ জালত এটা গভাইত চোৰ।
  • ধৃত চোৰটো গুৱাহাটীৰ গান্ধীবস্তিৰ মকবুল হক।
  • ৰে’লৱে লোহা চুৰি কৰি থকাৰ সময়তে হাটে-লোটে কৰায়ত্ত চোৰটোক।
  • আমগাঁৱৰ পৰা আটক কৰে চোৰটোক।
  • জব্দকৃত লোহাখিনিৰ মূল্য প্রায় কেইবা লাখ টকা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/YMqOPNr
via IFTTT

Comments