বাংগালুৰুত অসমীয়া অভিযন্তাৰ ৰহস্যজনক মৃত্যু…

- বাংগালুৰুত অসমীয়া অভিযন্তাৰ ৰহস্যজনক মৃত্যু।
- ৮ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু অভিযন্তাৰ।
- মৃত্যু হোৱা অভিযন্তাগৰাকীৰ নাম ত্রিদীপ কোঁৱৰ।
- অভিযন্তা হিচাপে কৰ্মৰত আছিল বাংগালুৰুত।
- অভিযন্তাগৰাকীৰ ঘৰ নাৰায়ণপুৰত
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/QdxjtkB
via IFTTT
Comments
Post a Comment