যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা…

  • হাজোৰ বৰ্ণিত নৃশংস হত্যাকাণ্ড।
  • যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে।
  • হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামী ছফিকুল হকৰ।
  • যৌতুকৰ দাবীৰে শাৰীৰিক অত্যাচাৰ চলাই আহিছিল স্বামী পৰিয়ালে।
  • দোষীক ফাঁচীৰ দাবী বোৱাৰীগৰাকীৰ মাতৃগৃহৰ।
  • ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/wSBvEH7
via IFTTT

Comments