চৰকাৰী কাৰিকৰী শিক্ষানুষ্ঠানৰ পৰা ডিপ্লমাধাৰী ছাত্ৰ-ছাত্ৰীক অৰ্হতাহীন ঘোষণা…

ডিজিটেল ডেস্ক : চৰকাৰে ভাগে ভাগে খুলিছে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান। এই কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ পৰা ডিপ্লমা লোৱা ছাত্ৰ-ছাত্ৰীক চাকৰিৰ বাবে সাক্ষা..কাৰত অৱতীৰ্ণ হোৱাৰ বাবেই স্বীকৃতি নিদিয়াৰ ঘটনা ঘটিছে। লোকনিৰ্মাণ বিভাগৰ শেহতীয়া কনিষ্ঠ অভিযন্তা (চিভিল) নিযুক্তি প্ৰক্ৰিয়াত হোৱা এনে ঘটনাই ডিপ্লমাধাৰী প্ৰাৰ্থীক হতাশ কৰিছে।
সমান্তৰালভাৱে চৰকাৰখনৰ নিযুক্তি নীতিৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। চৰকাৰী কাৰিকৰী শিক্ষানুষ্ঠানৰ পৰা লোৱা কাৰিকৰী শিক্ষাৰ প্ৰমাণপত্ৰক চৰকৰে নিজেই নসা… কৰিছে। তাকেই লৈ হতভম্ভ হৈ পৰিছে উচ্চ শিক্ষিত ছাত্ৰ-ছাত্ৰীসকল।
শেহতীয়ভাৱে লোকনিৰ্মাণৰ কনিষ্ঠ অভিযন্তা পদৰ পৰা বঞ্চিত হৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কোকৰাঝাৰ চেন্ট্ৰেল ইনষ্টিটিউট অব্ টেকনলজিৰ পৰা কনষ্ট্ৰাকচন টেকনলজিত ডিপ্লমাধাৰী ৩৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/20g5vfk
via IFTTT
Comments
Post a Comment