অসমত নতুনকৈ স্থাপন হ’ব ৫ খন সৈনিক স্কুল…

  • অসমত নতুনকৈ স্থাপন হ’ব ৫খনকৈ সৈনিক স্কুল।
  • পি পি পি মোডত স্থাপন হ’ব এই সৈনিক স্কুল কেইখন।
  • ইয়াৰ বাবে আৰম্ভ হৈছে যাৱতীয় প্রক্রিয়া।
  • ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনালে এই কথা।
  • আনহাতে ছাত্রীৰ স্কুটী প্রদান সম্পৰ্কতো প্রতিক্রিয়া শিক্ষামন্ত্রীৰ।
  • প্রতিবছৰে নতুন নতুন নিয়মেৰে ছাত্রীক প্রদান কৰা হয় স্কুটী।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/69tMVkO
via IFTTT

Comments