কৰিমগঞ্জৰ তিনি আৰক্ষী বিষয়াক নিলম্বন…

  • কৰিমগঞ্জৰ তিনি আৰক্ষীক নিলম্বন।
  • কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন ৩ আৰক্ষী বিষয়া।
  • তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন আৰক্ষী বিষয়াকেইগৰাকীক।
  • গকুল চন্দ্ৰ নাথ, দেৱাশিষ সিনহা, শুভেন্দু দাসক নিলম্বন।
  • আদালত চৌহদৰ পৰা কয়দী পলায়নৰ ঘটনাত নিলম্বন তিনিও।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/zGnpIid
via IFTTT

Comments