কিয় বন্ধ কোঠাৰ ভিতৰত কিশোৰীক হত্যা কৰি থৈ গ’ল প্ৰেমিকে…

ডিজিটেল ডেস্ক: উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপাৰাত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। মঙলবাৰে পুৱা বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মৃতদেহ ।

কিশোৰী গৰাকীৰ ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃত কিশোৰী গৰাকী নগাঁৱৰ সোণাইপাৰা গাঁৱৰ বুলি জানিব পৰা গৈছে।

প্রেমিকেই হত্যা কৰাৰ অভিযোগ মৃত কিশোৰী গৰাকীৰ পৰিয়ালৰ । হত্যাকাণ্ড সংঘটিত কৰি খিৰিকীৰে পলায়ন কৰাৰ সন্দেহ হত্যাকাৰী । সোধা-পোছাৰ বাবে কেইবাজনো যুৱকক আটক কৰিছে আৰক্ষীয়ে।

আৰু পঢ়ক: ফিফাই কৰিলে নিলম্বন, ভাৰতে অংশ ল’ব নোৱাৰিব মহিলা বিশ্বকাপত…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/gZsETxc
via IFTTT

Comments