জ্যোতিষীৰ কথা মতেই সময় গণি গণি ভোট দিবলৈ আহিল ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰ…

- ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰে নিশ্চিত কৰিলে নিজৰ জয়।
- মানুহৰ উৎসাহ পূৰ্বতকৈ বেছি দেখিছো।
- ৰাতিপুৱাৰে পৰা ভোটাৰ ৰাইজ দুগুণ উৎসাহেৰে ওলাই আহিছে।
- মোক জ্যেতিষীয়ে ৮-৯বজাৰ ভিতৰত ভোটদান কৰিবলৈ কৈছে।
- তেতিয়া মোৰ ভাল হব বুল কৈছে।
- ২তাৰিখে মোক লৈ চলি থকা সকলো চৰ্চা শেষ হব বুলি মন্তব্য তালুকদাৰৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZyF6ka
via IFTTT
Comments
Post a Comment