নতুন SOP- ১১বজালৈ বৃদ্ধি সান্ধ্য আইনৰ সময়, ১০বজালৈকে খুলিব পাৰিব দোকান-পোহাৰ…

- কোভিদক লৈ অসম চৰকাৰৰ নতুন এছ অ পি।
- এই এছ অ পি অনুসৰি এতিয়াৰে পৰা নিশা ১১বজালৈকে বৃদ্ধি কৰা হৈছে সান্ধ্য আইনৰ সময়সীমা।
- ১০বজালৈকে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান।
- এতিয়াৰে পৰা সান্ধ্য আইন প্ৰযোজ্য হব নিশা ১১বজাৰ পুৱা ৫বজালৈ।
- বাকী প্ৰায় সকলো নিয়ম পূৰ্বৰ দৰেই বাহাল থকাৰ কথা প্ৰকাশ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3vKM0hY
via IFTTT
Comments
Post a Comment