আজি পুনৰ বাঢ়িল পেট্ৰল-ডিজেলৰ দাম…

  • শনিবাৰে পুনৰ বাঢ়িল পেট্ৰল-ডিজেলৰ দাম।
  • প্ৰতিলিটাৰ পেট্ৰলত ৩৫পইচাকৈ বৃদ্ধি পালে শনিবাৰে।
  • ইফালে প্ৰতিলিটাৰ ডিজেলতো বৃদ্ধি পালে ৩৫পইচাকৈ।
  • আজিৰ দিনটোত দিল্লীত ১লিটাৰ পেট্ৰলৰ দাম হলগৈ ১০৮.৯৯টকা।
  • কলকাতাত প্ৰতিলিটাৰ পেট্ৰলৰ দাম হলগৈ ১০৫.৭৪টকা।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3jSai53
via IFTTT

Comments