মেৰিকমৰ স্বামীয়ে প্ৰৱেশ কৰিলে সক্ৰিয় ৰাজনীতিত…

- কিংবদন্তি বক্সাৰ মেৰী কমৰ স্বামীকে অনখোলাৰে শনিবাৰে মণিপুৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীৰূপে অংশ লোৱাৰ কথা ঘোষণা কৰিছে।
- তেওঁ ৰাজ্যখনৰ চাইকোট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।
- তথ্য অনুসৰি, তেওঁ সমষ্টিটোৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বৰ্তমানৰ বিধায়ক টি এন হাওকিপৰ বিৰুদ্ধে পোনপটীয়া যুঁজ দিব।
- তেওঁ অৱশ্যে এতিয়ালৈকে কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Y1msRn
via IFTTT
Comments
Post a Comment