৫সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণঃ ৭লক্ষাধিক ভোটাৰে নিৰ্ণয় কৰিব ৩১গৰাকী প্ৰাৰ্থীৰ ভাগ্য…

- আৰম্ভ হৈছে ৰাজ্যৰ ৫টা সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।
- মুঠ ৭ লক্ষাধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্ণয় কৰিব ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
- ইতিমধ্যে নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নিৰ্বাচন আয়োগে।
- বৰ্তমানলৈ সুচাৰুৰূপে সকলো ভোটকেন্দ্ৰত চলি আছে ভোটগ্ৰহণ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3EvvIwQ
via IFTTT
Comments
Post a Comment