শান্তিপূৰ্ণ আৰু শংকামুক্ত হৈ ভোটদান কৰকঃ অখিল গগৈ…

  • ৫সমষ্টিৰ ভোটাৰ ৰাইজলৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিশেষ আহ্বান।
  • শান্তিপূৰ্ণ আৰু শংকামুক্ত হৈ ভোটদানৰ আহ্বান।
  • ৰাইজৰ দলৰ ইতিমধ্যে জয় হৈছে বুলি মন্তব্য অখিল গগৈৰ।
  • মৰিয়নী আৰু থাওৰাত জয় ১০০শতাংশ নিশ্চিত বুলি কলে অখিল গগৈয়ে।
  • উল্লেখ্য যে, মৰিয়নীত ভোটাধিকাৰ সাব্যস্ত কৰিব অখিল গগৈয়ে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3CInOQl
via IFTTT

Comments