কোভিডত আক্ৰান্ত হৈ জি এম চি এইছত ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব পি পি বাৰ্মাৰ মৃত্যু…

- ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব পি পি বাৰ্মাৰ মৃত্যু।
- কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় বাৰ্মা।
- জি এম চি এইছত চিকিৎসাধীন হৈ আছিল বাৰ্মা।
- ৰাজ্যত উদ্বেগজনক বাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা।
- ১ জুলাই ২০১৩ ত ৰাজ্যৰ মুখ্য সচিবৰ দায়িত্ব লৈছিল বাৰ্মাই।
- ১৯৭৮ বেটছৰ ভাৰতীয় প্ৰশাসনিক বিষয়া আছিল বাৰ্মা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3BnSJzB
via IFTTT
Comments
Post a Comment