আজি বল্লভভাই পেটেলৰ জন্মজয়ন্তী, ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী…

  • চৰ্দাৰ বল্লভভাই পেটেলৰ আজি জন্মজয়ন্তী।
  • গুজৰাটৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
Image
  • দেশৰ ভিন্ন প্ৰান্তত স্মৰণ কৰা হৈছে চৰ্দাৰ বল্লভভাই পেটেলক।
  • ইফালে আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰো মৃত্যু বাৰ্ষিকী।
  • পুৱাই শ্ৰদ্ধাঞ্জলি জনালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
Image


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZK8mVs
via IFTTT

Comments