আগত নিৰ্বাচনঃ বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰে ধন বিতৰণ কৰাৰ ভিডিঅ’ নিৰ্বাচন আয়োগক দিলে কংগ্ৰেছে…

- ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰক গ্ৰেপ্তাৰৰ দাবী।
- নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিলে প্ৰদেশ কংগ্ৰেছে।
- ফণী তালুকদাৰে ধন বিতৰণ কৰাৰ ভিডিঅ’ আয়োগক দিলে কংগ্ৰেছে
- ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল বজালীৰ জিলা নিৰ্বাচনী বিষয়াৰ
- নিৰ্বাচন আয়োগে পদক্ষেপ নল’লে ন্যায়ালয়লৈ যোৱাৰ ঘোষণা কংগ্ৰেছ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Btcoym
via IFTTT
Comments
Post a Comment