প্ৰচাৰ সভাত চৰকাৰী আচনিঁ ঘোষণাৰ অভিযোগঃ নিৰ্বাচন আয়োগৰ ৰোষত মুখ্যমন্ত্ৰী…

  • মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী।
  • নিৰ্বাচনী বিধি ভংগ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী গৰাকীলৈ জাননী প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে।
  • আজি বিয়লি ৫বজাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ।
  • প্ৰচাৰ সভাত চৰকাৰী আচনিঁ ঘোষণা কৰাৰ অভিযোগ।
  • কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত এই জাননী নিৰ্বাচন আয়োগৰ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pDdYvd
via IFTTT

Comments