গোলাঘাটৰ উৰয়ামঘাটত গুলীয়াগুলী : আহত ২…

- গোলাঘাটৰ উৰিয়ামঘাটত গুলীয়াগুলী।
- শিল কুৱেৰীক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘাত ।
- এই সংঘাতৰ পৰিনতিতে দুটা পক্ষৰ মাজত হয় গুলীয়াগুলী।
- গুলীয়াগুলীত আহত হৈছে দুজনকৈ লোক।
- আহত লোক দুজন ক্ৰমে হামিদ আলী আৰু আনোৱাৰ হুছেইন।
- আহত হামিদ আলীৰ ভৰিত লাগিছে দুটাকৈ গুলী।
- আহত দুয়োজন ব্যক্তিক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
- ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3vYNUvQ
via IFTTT
Comments
Post a Comment