কিমানটা eVM মেচিন, কিমানটা ভোটকেন্দ্ৰঃ পলকতে জানি লওঁক উপ নিৰ্বাচনৰ A to Z তথ্য…

  • পুৱা ৭ বজাৰ  লগে লগে আৰম্ভ হ’ব উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • মুঠ ভোটাৰ ৭,৯৬,৪৫৬ গৰাকী।
  • মুঠ পুৰুষ ভোটাৰ ৪,০৩,৩৭৪ গৰাকী।
  • মহিলা ভোটাৰ ৩,৯৩,০৭৮ গৰাকী।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ১,১৭৬টা। গোসাঁইগাঁও – ২৮৫টা, ভৱানীপুৰ – ২১৩টা, তামুলপুৰ- ৩২২টা, মৰিয়নি – ১৮৩টা, থাওৰা – ১৭৩টা,
  • মুঠ মূল কেন্দ্ৰ ৯৮৯টা, সহযোগী ভোটকেন্দ্ৰ ১৮৭টা।
  • মুঠ ভোটগ্ৰহণ বিষয়া ৫৪১০গৰাকী।
  • মুঠ EVM ১,৮৬৯টা।
  • VVAPT মেচিন ১,৮৬১টা।
  • সৰ্বাধিক ভোটাৰ থকা সমষ্টি তামুলপুৰ ২,১৭,৪৩২।
  • আটাইতকৈ কম ভোটাৰ থকা সমষ্টি থাওৰা ১,১৫,৯৭১।
  • ৮০ৰ উৰ্ধৰ ভোটাৰ ৮৮৬৪ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ ৪,৯৯৮ গৰাকী।
  • মুঠ ৩১ প্ৰাৰ্থীৰ গোসাঁইগাঁৱৰ ৮ গৰাকী, ভৱানীপুৰৰ ৮ গৰাকী, তামুলপুৰৰ ৬ গৰাকী, মৰিয়নিৰ ৪ গৰাকী, থাওৰাৰ ৫ গৰাকী।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Bsf6nQ
via IFTTT

Comments