থাওঁৰাত অসাধাৰণ উন্নয়ন হবঃ ভোটদান কৰিবলৈ গৈ এই মন্তব্য সুশান্ত বৰগোহাঁইৰ…

  • ভোটদান কৰিবলৈ গৈ কংগ্ৰেছ আৰু ৰাইজৰ দলক সমালোচনা থাওৰাৰৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ।
  • বিশ্বাসঘাটক আৰু ডলাৰ বগৰী শব্দ দুটাৰ বাহিৰে তেওঁলোকৰ হাতত সমালোচনাৰ বাবে অন্য শব্দ নাই।
  • মোৰ প্ৰতিদ্বন্দ্বিতা কাৰোৰে লগতে নাই। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজতেই হৈ থাকিব এইবোৰ।
  • থাওঁৰাত অসাধাৰণ উন্নয়ন হবঃ সুশান্ত বৰগোহাঁই।
  • ডিমৌ টাউন হাইস্কুলৰ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে সুশান্ত বৰগোহাঁয়ে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3GAUlKk
via IFTTT

Comments